দীপজ্যোতি শৰ্মা

শব্দ, নিৰ্জনতা আৰু হাঁহিপ্ৰিয়।

পঢ়ি, ফুৰি, কেমেৰাৰে ফটো তুলি আকৌ সেই অভিজ্ঞতাকে লিখি ভাল পাওঁ।  এমুঠি সপোনকলৈয়ে বৰ্তমান ব্যস্ত। অধ্যয়ন বা কামৰ ব্যস্ততাৰ মাজতে সুৰুঙা উলিয়াই কেতিয়াবা মই মোৰ মনৰ সৈতে কথা পাতো। আৰু সেই অনুভৱবোৰ লিখাৰ প্ৰয়াস কৰোঁ। অসাধাৰণৰ সাধনাৰত সাধাৰণ মানুহ।

শেহতীয়া লেখাসমূহ

Rating: 5 out of 5.