আমি যিমানেই বেছিকৈ পঢ়োঁ,সিমানেই আমি জানো আচলতে কিমান নাজানো।

– শ্বেসী।

মোৰ কিতাপৰ সংগ্ৰহ

Read; https://bit.ly/3ikREje

Disclaimer: All Contents are downloaded from; PDFdrive, Authors websites etc [All contents/books are already available online for free in the form of PDF/MOBI/EPUB.]. All credit for the books/rights goes to authors and publishers. To remove any content from my drive please contact me from my homepage or mail me at dipjyoti@outlook.in. Uploaded with a intention to just spread knowledge.

যি কিতাপ পঢ়িবলৈ ভাল পায় , তেওঁ কেতিয়াও বিশ্বাসী বন্ধু,সৎ উপদেশ দিওঁতা,প্রফুল্লমনা সংগী আৰু হৃদয়গ্রাহী প্রবোধ দিওঁতাৰ অভাৱত নপৰে।

-আইজাক বেৰ।

মানুহে এতিয়ালৈকে উচ্চাৰণ কৰা মহান শব্দটো হ’ল কিতাপ।

– বার্ণার্ড লেভিন।

পৃথিৱীৰ আটাইতকৈ সহজ কাম হ’ল কিতাপ পঢ়া।

– মাও জে ডুং।

মূর্খইহে কিতাপ ধাৰলৈ নিয়ে, কিন্তু যিজনে কিতাপ ধাৰলৈ নি ওভতাই নিদিয়ে তাৰ সমান বুর্বক নাই।

– জর্জ বার্ণার্ড শ্ব’ ।

মোৰ হাতলৈ যেতিয়া অলপ পইচা আহে তেতিয়া মই কিতাপ কিনো;হাতত বাকী ৰোৱা পইচাখিনিৰে খাদ্যবস্তু বা কাপোৰ-কানি কিনো। 

-ইৰেচমাছ ।

মানুহৰ বাবে কিতাপতকৈ আন আশ্চর্য একো নাই।

– কিংছলে।

কিতাপ নিষিদ্ধ কৰিব নোৱাৰি, কিতাপ পুৰি নিশ্চিহ্ন কৰিব নোৱাৰি।

-এলফ্রেড হইটন।

নিৰল আনন্দ আৰু নিবিড় সুখানুভূতি লাভৰ বাবে ভগৱানে মানুহৰ কাৰণে এটা পথেই সৃষ্টি কৰি গ’ল-গ্রন্থপ্রেম।

–ছক্রেটিছ।

যিখন কিতাপে আপোনাক আটাইতকৈ বেছিকৈ চিন্তা কৰিবলৈ শিকায়,সেইখন কিতাপেই আপোনাৰ আটাইতকৈ বেছিকৈ সহায় কৰে।

-থিয়’ড’ৰ পাৰকাৰ।

এখন ভাল কিতাপ আপোনাৰ সর্বোত্তম বন্ধু,আজিৰ বাবেই নহয়,চিৰদিনৰ বাবে।

–মার্টিন টুপাৰ।

বর্বৰ জাতিৰ বাহিৰে সমগ্র ভূমণ্ডলৰ মানৱ জাতিক পৰিচালনা কৰে কিতাপে।

-ভল্টেয়াৰ।

যিসকল লোকে এখন উজ্জ্বল ,সুন্দৰ আৰু ভাবাৱেগদীপ্ত অধিকাৰী হ’ব খোজে,তেওঁলোকৰ প্রধান কর্তব্য হ’ল নিয়মিত গ্রন্থ অধ্যয়নৰ অভ্যাস কৰা।

–লিন্ য়ুটাঙ।

এখন বাগিচা আৰু এটা পুথিভঁৰাল যদি তোমাৰ ঘৰত আছে,তেনেহ’লে তোমাৰ প্রয়োজনীয় সকলো আছে।

-চিচাৰ।

জ্ঞানৰ সংৰক্ষণ,স্থায়ীকৰণ আৰু সঞ্চয়ৰ বাবে কিতাপেই হৈছে একমাত্র মাধ্যম।

–ৰ’জার্ছ।

নিঃসংগতাৰ যন্তণানাশক প্রতিষেধক হিচাপে কাম,মানুহৰ সংগৰ বিকল্প হিচাপে কিতাপ ।

-হেমাৰ শ্বিল্ড ।

সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা।

-যতীন্দ্রনাথ দুৱৰা।

তুমি দিনটোত এঘণ্টা সময় কেৱল কিতাপ পঢ়াৰ কাৰণে উলিয়াই ল’বা দেখিবা তুমি কিছুদিনৰ পাছত তোমাৰ মনটো জ্ঞানৰ কেন্দ্রলৈ ৰৃপান্তৰ কৰিব পাৰিবা।

-এ. পি. জে. আব্দুল কালাম

Books; https://bit.ly/3ikREje

One thought on “E-লাইব্ৰেৰী

Leave a comment